Entries by asksadmin

আশা আৰু সেৱাৰ ৭১ বছৰ: অসম শিশু কল্যাণ সদনৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

জালুকবাৰী, গুৱাহাটী: অসমৰ এটি অগ্ৰণী শিশু কল্যাণমূলক অনুষ্ঠান ‘অসম শিশু কল্যাণ সদন’ৰ ৭১ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি জালুকবাৰীস্থিত সদনৰ প্ৰাংগণত অতি উলাহ-মালহেৰে উদযাপন কৰা হয়। সদনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, আমন্ত্ৰিত অতিথি বৃন্দ, কৰ্মচাৰীসকল আৰু সদনৰ কনকন শিশুসকলৰ উপস্থিতিত এই অনুষ্ঠানটি সাফল্যমণ্ডিত হৈ উঠে। কাৰ্যসূচী অনুসৰি পুৱা সদনৰ পতাকা উত্তোলন কৰাৰ পাছতে যোৱা সাতটা দশক ধৰি […]